ৰাষ্ট্ৰীয়

পুৱা ৯ বজাৰ পৰ্যন্ত ৬.১১ শতাংশ ভোটগ্ৰহণ সম্পন্ন ৰাজস্থান বিধানসভা নিৰ্বাচনৰ

asomiyapratidin
  • পুৱা ৯ বজাৰ পৰ্যন্ত ৬.১১ শতাংশ ভোটগ্ৰহণ সম্পন্ন ৰাজস্থান বিধানসভা নিৰ্বাচনৰ।
  • ২০০ আসনযুক্ত ৰাজস্থান বিধানসভাৰ ১৯৯খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • শুকুৰবাৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • বিয়লি ৫ বজাত অন্ত পৰিব এই ভোটগ্ৰহণ।
  • ৰাজস্থানত মুঠ প্ৰাৰ্থীৰ সংখ্যা ২,২৭৪ গৰাকী।