ৰাষ্ট্ৰীয়

পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৭

asomiyapratidin
  • সোমবাৰে পুৱাই ৰাজস্থানৰ ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
  • চুৰু জিলাৰ চালাচুৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।
  • কাৰ-ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
  • এই দুৰ্ঘটনাত ৭ গৰাকী লোকৰ মৃত্যু হৈছে।
  • গুৰুতৰভাৱে আহত হৈছে ১ জন লোক।