ৰাজস্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। যোধপুৰত ট্ৰাক আৰু বাছৰ মাজত সংঘৰ্ষ।দুৰ্ঘটনাত নিহত হৈছে ৪ গৰাকীকৈ লোক।ইফালে গুৰুতৰভাৱে আহত হৈছে ২০ গৰাকী লোক।আহত সকলক ততালিকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।