আজি কন্যাকুমাৰীলৈ যাব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।এটা ৰেলীত অংশ লব ৰাহুল গান্ধীয়ে।ইয়াৰ লগতে তামিলনাডুত ডি এম কেৰ সৈতে আলোচনাত বহিব ৰাহুল গান্ধী।এক ৰেলীত অংশ ল'ব ৰাহুল গান্ধীৰ লগতে ডি এম কে অধ্যক্ষ এম কে ষ্টালিনৰ লগতে কেইবাজনো ৰাজনৈতিক নেতাই।