পাটনাত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ৰোড শ্ব'।ৰোড শ্ব'ত ৰাহুল গান্ধীৰ সৈতে উপস্থিত কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহা।.আৰ জে ডি নেতা তেজশ্বী যাদৱেও অংশ লয় এই ৰোড শ্ব'ত।সহস্ৰাধিক সমৰ্থকসহ কংগ্ৰেছ অধ্যক্ষগৰাকীৰ এই ৰোড শ্ব'।