মহাৰাষ্ট্ৰৰ পুণেত বিধ্বংসী অগ্নিকাণ্ড।এটা ৰাসায়নিক ফেক্টৰিত এই অগ্নিকাণ্ড।.কুৰকুম্ভ এমআইডিচি এলেকাত এই ঘটনা সংঘটিত হৈছে।৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত।.বৰ্তমানেও লাভ কৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমাণ।