কেৰালাৰ তিৰুৱানন্তপুৰমস্থিত সৱৰিমালা মন্দিৰত দেৱীৰ পূজা অৰ্চনাবুধবাৰে সন্ধিয়া ৫ বজাত ভক্তৰ বাবে মুকলি হ'ল সৱৰিমালা মন্দিৰৰ দ্বাৰ।দেৱী পূজা আৰম্ভ হোৱাৰ পিছতে লানি নিচিগা সোত বৈছে ভক্তৰ।নিশা ১০-৩০ বজালৈ ভক্তৰ বাবে খোলা থাকিব মন্দিৰৰ দ্বাৰ।