ৰাষ্ট্ৰীয়

১মে’ত ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী

Asomiya Pratidin
  • ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলবালৈ আহিব প্ৰিয়ংকা গান্ধী।

  • সমষ্টিটোৰ বালাজানত আয়োজিত জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

  • ২মে’ৰ পৰিৱৰ্তে ১মে’ত ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী।

  • প্ৰিয়ংকা গান্ধীৰ পূৰ্বৰ সূচী সাল-সলনি কৰা হৈছে।