ৰাষ্ট্ৰীয়

কোভিড পৰিস্থিতি সন্দৰ্ভত জাপানৰ প্ৰধানমন্ত্ৰী সুগা য়োশিহিদেৰৰ সৈতে মোডীৰ বাৰ্তালাপ…

asomiyapratidin
  • জাপানৰ প্ৰধানমন্ত্ৰী সুগা য়োশিহিদেৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ ।
  • ফোন যোগে বাৰ্তালাপ কৰে দেশৰ দুই প্ৰধানমন্ত্ৰীয়ে ।
  • দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ ।
  • কোৰোনাৰ ফলত উদ্ভৱ হোৱা আঞ্চলিক আৰু গোলকীয় প্ৰত্যাহ্বানৰ বিষয়েও মত বিনিময় কৰে প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে ।