ৰাষ্ট্ৰীয়

বুকুৰ বিষত আক্ৰান্ত হৈ শুকুৰবাৰে ৰাতিপুৱা চিকিৎসালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

asomiyapratidin
  • বুকুৰ বিষত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ।
  • বুকুৰ বিষৰ বাবে দিল্লীৰ সেনা চিকিৎসালয়ত শুকুৰবাৰে ৰাতিপুৱা চিকিৎসাৰ বাবে উপস্থিত হয় ৰাষ্ট্ৰপতি গৰাকী ।
  • চিকিৎসালয়ত বুকুৰ বিষৰ নিয়মীয়া পৰীক্ষাৰ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে ।
  • বৰ্তমান ৰাষ্টপতি গৰাকীৰ স্বাস্থ্যৰ অবস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি গৰাকীৰ আশু আৰোগ্য কামনা কৰে ।