ৰাষ্ট্ৰীয়

তেলেংগানা আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক ২জন

asomiyapratidin
  • তেলেংগানা আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।
  • অভিযানত গাঞ্জাসহ আটক ২জন লোক।
  • আৰক্ষীয়ে জব্দ কৰিছে ১৪০০ পেকেট গাঞ্জাৰে প্ৰস্তুত কৰা চকলেট।
  • হায়দৰাবাদৰ বালানগৰত আৰক্ষীয়ে চলাইছিল অভিযান।