মুম্বাইৰ জে জে মাৰ্গ আৰক্ষী থানাত তিনিগৰাকী আৰক্ষী জোৱানক জনোৱা হ'ল আদৰণি।আৰক্ষীৰ জোৱান তিনিজন আক্ৰান্ত হৈছিল কোভিড-১৯ত।কোৰোনাত আক্ৰান্ত তিনিওগৰাকী আৰক্ষীৰ লোক সুস্থ হৈ পুনৰ কৰ্তব্যত যোগ দিয়ে।ফুল চটিয়াই আদৰণি জনোৱা হয় আৰক্ষীৰ জোৱান তিনিজনক।