ৰাষ্ট্ৰীয়

তেলেংগানা বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত

asomiyapratidin
  • তেলেংগানা বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত।
  • তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেতা পৌছৰম শ্ৰীনিৱাস ৰেড্ডীক নিৰ্বাচন কৰা হয় অধ্যক্ষ হিচাপে।
  • আজি দায়িত্বভাৰ গ্ৰহণ কৰে ৰেড্ডীয়ে।
  • ফুলৰ থোপাৰে অভিনন্দন জনায় তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে।