ৰাষ্ট্ৰীয়

বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা ৭.৩০ বজালৈ বন্ধ থাকিব পেট্ৰল পাম্প…

asomiyapratidin

ডিজিটেল ডেস্কঃ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰত সংঘটিত হোৱা বিস্ফোৰণত শ্বহীদ হোৱা ৪৪ জনকৈ জোৱানৰ মৃত্যুত সমগ্ৰ দেশ এতিয়া শোকত স্ৰিয়মান। দেশৰ বিভিন্ন প্ৰান্তত বহুলোকে শ্বহীদ সকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে মহাৰাষ্ট্ৰত বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা ৭.৩০ বজালৈ বন্ধ থাকিব পেট্ৰল পাম্প সমূহ। বন্ধ থকা ২০ মিনিট সময়ত ৰাজ্যখনৰ সকলো পেট্ৰ'ল পাম্পৰ লাইট নুমুৱাই শ্বহীদ সকলক জনাব শ্ৰদ্ধাঞ্জলি।