হৰিদ্বাৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি।।সোমবাৰে নিশা অনুষ্ঠিত এক কাৱালী অনুষ্ঠিত একাংশ লোকৰ মাজত সংঘৰ্ষ।ইজনে-সিজনৰ ওপৰত চকীৰে আক্ৰমণ কৰে। .অনুষ্ঠানত উপস্থিত হৈ বহিবলৈ চকী নোপোৱাৰ বাবেই সংঘটিত হয় এই ঘটনা।অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।