মুম্বাইত 'কা' বিৰোধী প্ৰতিবাদ।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে শতাধিক লোক।.'ক'ৰ লগতে এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধেও সাব্যস্ত কৰে প্ৰতিবাদ।মোৰলেণ্ড ৰোডত প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।