জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনধাৰ চেক্টৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।শনিবাৰে পুৱা ধাৰাসাৰ গুলীবৰ্ষণ পাক সেনাৰ।পুৱা প্ৰায় ৯ বজাত এই গুলীবৰ্ষণ।লঘু মৰাণাস্ত্ৰৰে গুলী বৰ্ষণ কৰে পাকিস্তানী সেনাই।পাক সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।