ৰাষ্ট্ৰীয়

অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ প্ৰায় ৫১০ মেট্ৰিক টন অক্সিজেন প্ৰদান…

asomiyapratidin

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ লগতে দেশৰ ৰাজধানী দিল্লীকে ধৰি মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশত অক্সিজেনৰ নাটনি হয় । দেশৰ ৰাজ্য সমূহত অক্সিজেন যোগানৰ বাবে ভাৰতীয় ৰেল বিভাগে এক বৃহৎ পদক্ষেপ গ্ৰহন কৰিছে ।

ইফালে ৰাজ্য সমূহত অক্সিজেনৰ যোগান ধৰিবলৈ দেশত আৰম্ভ কৰিছে অক্সিজেন এক্সপ্ৰেছ । ৰেল বিভাগে অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী আৰু মধ্য প্ৰদেশলৈ প্ৰায় ৫১০ মেট্ৰিক টন অক্সিজেন প্ৰদান কৰিছে ।