ৰাষ্ট্ৰীয়

হিমাচলপ্ৰদেশত তুষাৰপাত, উদ্ধাৰ ২০০ৰো অধিক লোকক…

asomiyapratidin
  • হিমাচলপ্ৰদেশত তুষাৰপাত।
  • তুষাৰপাতৰ ফলত ৰাজ্যখনৰ ৰোহটাগত আৱদ্ধ কেইবাজনো লোক।
  • উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে প্ৰায় ২০০ৰো অধিক লোকক।
  • প্ৰায় ১৫০খনকৈ বাহন উপস্থিত উদ্ধাৰ অভিযান চলোৱা স্থানত।