ৰাষ্ট্ৰীয়

১৫০ ফুট দ’ কুঁৱাত পৰিল এটি শিশু, উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত…

asomiyapratidin
  • পঞ্জাৱৰ সংগ্ৰুৰত এটি শিশুৰ উদ্ধাৰ অভিযান অব্যাহত।
  • ৬ জুনত এটা কুৱাঁত পৰিছিল ২ বছৰীয়া শিশুটি।
  • প্ৰায় ১৫০ ফুট দ' কুঁৱাটোত উদ্ধাৰকাৰী দলে চলাই আছে অভিযান।
  • যোৱা ৪ দিনে শিশুটোৰ উদ্ধাৰ অভিযান অব্যাহত।