ৰাষ্ট্ৰীয়

হিমাচলপ্ৰদেশত বীছ নদীত ডুব গ’ল নাও, নিহত এজন…

asomiyapratidin
  • হিমাচলপ্ৰদেশত শোকাৱহ ঘটনা।
  • কুল্লু জিলাত বীছ নদীত ডুবিল এখন নাও।
  • নাওখন ডুব যোৱাত নিহত এজন পৰ্যটকক।
  • এই দুৰ্ঘটনাত আহত হৈছে ৮জনকৈ লোক।
  • নাওখনত আছিল মুঠ ৯জনকৈ পৰ্যটক।