ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুৱতি নিশাৰে পৰা জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত হোৱা সেনা-সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত নিহত হৈছে এজন সন্ত্ৰাসবাদী। ভেৰিনাগ নামৰ অঞ্চলত কেইবাজনো সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল এই অভিযান। বৰ্তমানেও অব্যাহত আছে সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।