ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে এজনে, আহত ৩…

asomiyapratidin
  • জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীবৰ্ষণত নিহত এজন লোক।
  • জম্মু-কাশ্মীৰৰ কুপৱাৰাত গুলীবৰ্ষণ কৰিছিল পাকিস্তানে।
  • পাকিস্তানৰ গুলীবৰ্ষণত লগতে আহত হৈছে ৩জন স্থানীয় লোক।
  • আহত আটাইকেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত।