ৰাষ্ট্ৰীয়

কোভিডৰ সংক্ৰমন বৃদ্ধি, উৰিষ্যাৰ চৰকাৰী কাৰ্যালয় সমূহলৈ বিশেষ নিৰ্দেশনা…

asomiyapratidin
  • উৰিষ্যাৰ জিলা সমূহৰ চৰকাৰী কাৰ্যালয় জনসাধৰনৰ প্ৰবেশ সিমিত কৰিছে ।
  • চৰকাৰী কাৰ্যালয় সমূহতো কোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব ।
  • চৰকাৰী কাৰ্যলয় সমূহলৈ এই নিৰ্দেশ জাৰী কৰিছে উৰিষ্যা চৰকাৰে ।
  • বিশেষকৈ ভুৱনেশ্বৰ আৰু কটকৰ চৰকাৰী কাৰ্যালয় জনসাধৰনৰ প্ৰবেশ সিমিত কৰা হৈছে ।
  • উৰিষ্যাৰ কোভিডৰ সংক্ৰমন য'ত বৃদ্ধি হৈছে তাত এই নিষেধাজ্ঞা জাৰি কৰিছে ।
  • দেশত বিগত ২৪ ঘন্টাত ১লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।