ৰাষ্ট্ৰীয়

ওড়িশাত নক্সাল সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে এজন যুৱকক

asomiyapratidin
  • ওড়িশাত নক্সাল সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে এজন যুৱকক।
  • কেইবাখনো গাড়ীত সন্ত্ৰাসবাদীৰ অগ্নিসংযোগ ।
  • প্ৰায় তিনিখন গাড়ী সম্পূৰ্ণৰূপে ভষ্মীভূত জুইত।
  • অঞ্চলটোত সেনা-আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।