ৰাষ্ট্ৰীয়

মহানৱমীঃ মা দুৰ্গাৰ আশীষ ল’লে বলিউডৰ বহু কেইগৰাকী বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে…

asomiyapratidin
  • আজি মহানৱমী।
  • সমগ্ৰ দেশবাসীয়ে লৈছে মা দুৰ্গাৰ আশীষ।
  • উত্তৰ বোম্বাই সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপতো সোমবাৰে দুৰ্গা মাৰ আশীষ ল'লে বহু কেইজন বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে।
  • অভিনেতা হৃত্বীক ৰোশ্বন, অভিনেত্ৰী আলিয়া ভট্ট, ৰাণী মুখাৰ্জী, কাজলকে ধৰি কেইবাজনো তাৰকা উপস্থিত পূজা মণ্ডপত।