ৰাষ্ট্ৰীয়

নিৰ্বাচনী আচৰণবিধি উলংঘা, জব্দ ১.৬০ কোটিৰো অধিক ধন…

asomiyapratidin
  • নিৰ্বাচনী আচৰণবিধি উলংঘা, নয়দা গৌতম বুদ্ধ নগৰত বৃহস্পতিবাৰে নিশা জব্দ কৰে ১.৬০ কোটিৰো অধিক টকা।
  • দুখন বাহনৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধনখিনি।
  • বিজয় কুমাৰ আৰু ৰাহুল নামৰ দুজন লোককো আটক কৰিছে আৰক্ষীয়ে।
  • দুয়োজন লোককে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • নিয়মিত তালাচী অভিযানত জব্দ কৰা হয় এই ধনখিনি।