ৰাষ্ট্ৰীয়

জে ডি ইউৰ অধ্যক্ষ পদত পুনৰ নীতিশ কুমাৰ…

asomiyapratidin
  • জে ডি ইউৰ অধ্যক্ষ পদত পুনৰ নিৰ্বাচিত নীতিশ কুমাৰ।
  • নতুন দিল্লীত হৈছিল জে ডি ইউৰ বৈঠক।
  • এই বৈঠকতে অধ্যক্ষ পদৰ বাবে নীতিশ কুমাৰৰ ওপৰত লাগে মোহৰ।
  • ২০২২ চনৰ লৈকে অধ্যক্ষ পদত থাকিব নীতিশ কুমাৰ।
  • দ্বিতীয়বাৰৰ দলটোৰ বাবে অধ্যক্ষ পদত নীতিশ কুমাৰ।
  • ২০১৬ চনত প্ৰথমবাৰৰ বাবে দলটোৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল তেঁও।
  • ইয়াৰ পূৰ্বে দলটোৰ অধ্যক্ষ পদত আছিল শৰদ যাদৱ।