মহাৰাষ্ট্ৰত বানৰ তাণ্ডৱ।ৰাজ্যখনৰ ছাংগবী এলেকাত এন ডি আৰ এফৰ উদ্ধাৰ অভিযান।.এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে প্ৰায় ১৫০ জন লোকক।উদ্ধাৰ কৰা লোক কেইজনৰ ভিতৰত ৩গৰাকী সন্তান সম্ভৱা মহিলা।