ৰাষ্ট্ৰীয়

দেশত ১কোটি ৮০ লাখতকৈ অধিক লোকক কোভিড ভেকচিন প্ৰদান…

asomiyapratidin
  • বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হয় ১৬,৮৩৮ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১৩,৮১৯ গৰাকীয়ে ।
  • ১১৩ জনৰ বিগত ২৪ ঘন্টা কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ।
  • দেশত বৰ্তমানলৈ সৰ্বমুঠ ১,১১,৭৩,৭৬১ জন কোৰোনাচ আক্ৰান্ত হয় ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১,৫৭,৫৪৮ জনৰ ।
  • বৰ্তমানলৈ দেশৰ ১,৮০,০৫,৫০৩ জন লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন ।