ৰাষ্ট্ৰীয়

বিহাৰত মাওবাদীয়ে জ্বলালে ৪খন বাছ, গুলীয়াই হত্যা এজনক

asomiyapratidin
  • বিহাৰত মাওবাদীয়ে আক্ৰমণ চলালে বাছত।
  • ৪খনকৈ বাছ আক্ৰমণ চলাই জ্বলাই দিয়ে মাওবাদীয়ে।
  • ইফালে গুলীয়াই প্ৰাণ কাঢ়িলে এজন লোকৰ।
  • বিহাৰৰ ঔৰংগবাদী দেৱত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
  • বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে।