ৰাষ্ট্ৰীয়

দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান..

asomiyapratidin
  • দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান।
  • দীৰ্ঘদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা।
  • ১৯৯৫ চনত দূৰদৰ্শনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল শৰ্মাই।
  • চলিত বৰ্ষত 'নাৰী শক্তি সন্মান'ৰে সন্মানিত কৰা হৈছিল নীলম শৰ্মাক।