ৰাষ্ট্ৰীয়

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাগপুৰত জব্দ বৃহৎ পৰিমাণৰ ধন…

asomiyapratidin
  • বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচন আয়োগ আৰু নাগপুৰ আৰক্ষীৰ অভিযান।
  • নাগপুৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন।
  • জব্দ হোৱা ধনৰ পৰিমাণ ১.১ কোটি টকা বুলি জানিব পৰা গৈছে।
  • পূৰ্বেও জব্দ হৈছিল ধন।
  • দুখনকৈ ঠাইত অভিযান চলাই এই ধন জব্দ কৰা হৈছে।