ৰাষ্ট্ৰীয়

বিজেপি নেতা মদন লাল ছেইনীৰ দেহাৱসান, এইমছলৈ ৰাওনা গৃহমন্ত্ৰী শ্বাহ…

asomiyapratidin
  • দিল্লীস্থিত এইমছলৈ ৰাওনা গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • এইমছত সোমবাৰে মৃত্যুক সাৱতে ৰাজস্থানৰ বিজেপি নেতা মদন লাল ছেইনীয়ে।
  • এইমছত চিকিৎসাধীন হৈ আছিল বিজেপি নেতাগৰাকী।
  • হাওফাও ৰোগত আক্ৰান্ত হৈছিল বিজেপি নেতাগৰাকী।