মুম্বাইত সোমবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড।মুম্বাইৰ বাইচুল্লা মাৰ্কেটত সংঘটিত এই অগ্নিকাণ্ড।৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।