ৰাষ্ট্ৰীয়

মুম্বাইৰ হাস্পতালত সংঘটিত অগ্নিকাণ্ডত নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি

asomiyapratidin
  • সোমবাৰে মুম্বাইৰ হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা বৃদ্ধি।
  • ৮জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।
  • সোমবাৰে নিশা আন্ধেৰী অঞ্চলৰ ই এছ আই চি হাস্পতালত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা।
  • বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫০ জন লোক আহত।