ৰাষ্ট্ৰীয়

দেওবাৰে দেশৰ ৩ স্থানত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

asomiyapratidin
  • লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত কৰি তুলিছে সকলো ৰাজনৈতিক দলে।
  • দেওবাৰে দেশৰ ৩ স্থানত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • গুজৰাট আৰু ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাব নৰেন্দ্ৰ মোডীয়ে।
  • গুজৰাটৰ পটনত নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব বিশাল জনসভা।
  • ইফালে ৰাজস্থানৰ বাৰমাৰ আৰু চিটোৰগড়ৰতো প্ৰচাৰ সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীজনে।