- দেশৰ ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক।
- এক ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত বহে প্ৰধানমন্ত্ৰী মোডী।
- বৈঠকখনত প্ৰধানমন্ত্ৰী মোডীয়ে কয়-
- 'মাস্ক পৰিধান কৰাৰ অভ্যাস গঢ়াটো সহজ নহয়।'
- 'কিন্তু এই অভ্যাস গঢ়ি তোলা হ'লে কোৰোনা বিৰোধী যুঁজৰ ফলাফল ভাল নাপাম।'
- 'গতিকে আমি মাস্কক জীৱনৰ এটা অংশ হিচাপে ল'ব লাগিব।'