ৰাষ্ট্ৰীয়

আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

asomiyapratidin
  • আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট ২০১৯ গ্ল'বেল ট্ৰেড শ্ব' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই সন্মিলনত।
  • লগতে আহমেদাবাদত৭৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চৰ্দাৰ পেটেল হাস্পতালো উদ্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে।