ৰাষ্ট্ৰীয়

বিধানসভা নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী…

asomiyapratidin
  • বিধানসভা নিৰ্বাচনক লৈ তৎপৰ শাসক-বিৰোধী।
  • মঙলবাৰে হাৰিয়ানাত ৰেলীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।
  • চাৰখি দাদ্ৰি আৰু কুৰুক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে চলাব প্ৰচাৰ।
  • ইফালে মহাৰাষ্ট্ৰত প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
  • ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাব ৱানী আৰু আৰ্বিত।