ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ ৰে’ল পথত উদ্ধাৰ ২টা বাঘৰ পোৱালীৰ মৃতদেহ

asomiyapratidin
  • বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত দুটা বাঘৰ পোৱালীৰ মৃতেদহ উদ্ধাৰ।
  • ল'হাৰা বনাঞ্চলৰ সমীপৰ ৰেল পথত উদ্ধাৰ মৃত বাঘৰ পোৱালী দুটা।
  • ৰেলৰ খুন্দাত বাঘৰ পোৱালী দুটাৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ।
  • ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।