ৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ! নিহত ৫জনকৈ লোক…

asomiyapratidin
  • মহাৰাষ্ট্ৰৰ বেলাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।
  • বেলাৰ এটা ফেক্টৰীৰ বইলাৰ সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত ৫জনকৈ লোকৰ মৃত্যু হৈছে।
  • ইফালে, কেইবাজনো লোক হৈছে আহত।