ৰাষ্ট্ৰীয়

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ান কোৰোনাত আক্ৰান্ত…

asomiyapratidin
  • কেৰালাৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ানৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • টুইটাৰযোগে খোদ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, ৩ মাৰ্চত কোভিড ভেকচিন লৈছিল তেওঁ।