পুৱতি নিশা কেৰালাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।এখন যাত্ৰীবাহী বাছে খুন্দা মাৰে পথৰ কাষত থকা গছত।কোছিত সংঘটিত হৈছে এই ঘটনা।এগৰাকী যাত্ৰী থিতাতে নিহত হয় এই দুৰ্ঘটনাত।আনহাতে বাছখনত থকা ২৫গৰাকী যাত্ৰী আহত হৈছে। সকলোকে ভৰ্তি কৰা হৈছে হস্পাতালত।