ৰাষ্ট্ৰীয়

কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক…

asomiyapratidin
  • কৰ্ণাটকৰ অডিয়ুৰত ভয়ংকৰ ভূমিস্খলন।
  • এলেকাটোত চলি থকা এটা অট্টালিকা নিৰ্মাণস্থলীৰ সমীপত এই ভূমিস্খলন।
  • ভূমিস্খলনৰ ফলত মৃত্যু তিনিজনকৈ শ্ৰমিকৰ।
  • ইফালে, আহত আন এজন শ্ৰমিক।
  • ঘটনাস্থলীত উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।