ৰাষ্ট্ৰীয়

২১ লাখ টকাৰ সোণৰ আ-অলংকাৰৰ সৈতে গ্ৰেপ্তাৰ ৩ জন লোক

asomiyapratidin
  • কৰ্ণাটকত সোণৰ আ-অলংকাৰৰ সৈতে গ্ৰেপ্তাৰ ৩ জন লোক।
  • জব্দ কৰা অলংকাৰখিনিৰ মূল্য প্ৰায় ২১ লাখ।
  • এখন দোকানৰ পৰা চুৰি কৰিছিল গহণাখিনি।
  • আৰক্ষীৰ অভিযানত ৩ জনক আটক কৰা হয় যদিও ২ জন পলাতক।