দেওবাৰে পুৱাই ঝাৰখণ্ডত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ।সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজন আৰক্ষী জোৱানে।লগতে আহত ৪জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত। .আৰক্ষীৰে সংঘৰ্ষত ৪টা মাওবাদীও নিহত। আহত আৰক্ষী জোৱান কেইজনক হেলিকপ্টাৰেৰে নিয়া হৈছে হাস্পতাললৈ।