ৰাষ্ট্ৰীয়

ঝাৰখণ্ডত চিআৰপিএফ-আৰক্ষীৰ অভিযান, নিহত মাওবাদী…

asomiyapratidin
  • ঝাৰখণ্ডত মাওবাদীৰ বিৰুদ্ধে চিআৰপিএফ বাহিনী আৰু আৰক্ষীৰ যৌথ অভিযান।
  • অভিযানত নিহত এটা মাওবাদী।
  • নিহত মাওবাদীটোৰ মৃতদেহ উদ্ধাৰ কৰে চিআৰপিএফ-আৰক্ষীয়ে।
  • লগতে উদ্ধাৰ কৰে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।