ৰাষ্ট্ৰীয়

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ…

asomiyapratidin
  • ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে পঞ্চমখন প্ৰাৰ্থী তালিকা।
  • পঞ্চম তালিকাত ৮ প্ৰাৰ্থীৰ নাম।
  • ইয়াৰ পূৰ্বে দলটোৱে প্ৰকাশ কৰিছিল ৪খন প্ৰাৰ্থী তালিকা।
  • উল্লেখ্য যে, ঝাৰখণ্ডত আছে মুঠ ৮১ খন বিধানসভাৰ আসন।