ৰাষ্ট্ৰীয়

শনিবাৰে পুৱা ৭ বজাৰ পৰা ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

asomiyapratidin
  • পুৱা ৭ বজাৰ পৰা আৰম্ভ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী।
  • কেবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • শনিবাৰে ২০ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • শনিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটদান পক্ৰিয়া অনুষ্ঠিত হৈছে।